Saturday, 3 June 2017

// //

Anganwadi Worker & Helper Recruitment Notification in June 2017 for CDPO Office Sivsagar District

Anganwadi Worker & Helper Recruitment Notification in June 2017 for CDPO Office Sivsagar District :


অসম চৰকাৰ সমাজ কঁল্যাণ বিভাগৰ  অধীনৰ শিৱসাগৰ (নগৰ) সংহত শিশু উণ্ণয়ন প্ৰকল্পৰ  বিজ্ঞাপন লগত র্গাঠি দিয়া তালিকাত উল্লেখিত ৪২৬ টা অঙ্গনরাড়ী কেন্দ্ৰৰ বিপৰীতে অঙ্গনরাড়ী কৰ্মী ( ২টা পদ ) আৰু সহাষিকা ( ২৪ টা পদ ) হিচাবে স্বেচ্ছামুলক সেৱা আগবঢাবলৈ মহিলা প্রার্থীব পৰা অবেদন পত্র বিচৰা হৈছে ৷ নিম্নলিখিত চর্তাৱলী সাপেক্ষে স্বেচ্ছামূলক সেৱা আগবঢাবলৈ ইচ্ছ্বক মহিলা প্রার্থীঘে এই কায়্য়ালয়ৰ  দ্বাৰা নিদ্ধাৰিত প্ৰ-পত্রৰ যোগেদি  যাবতীয়  তথ্য় ও প্ৰমান পত্ৰৰ সহিতে অবেদন কৰিব পাৰিব | অাবেদন পত্ৰৰ লাগাত দুই কপি ফটো গাঠি দিব লাগিব | ইচ্ছুক প্ৰাৰ্থীয়ে অহা ইংৰাজী ০৫/০৬/২০১৭ তাৰিখৰ পৰা শিৱসাগৰ (নগৰ) সংহত শিশু উণ্ণয়ন প্ৰকল্প  বিষয়াৰ কায়্য়ালয়ৰ পৰা অাবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব

চর্তাৱলীসমূহ

১ ৷ অঙ্গনবাড়ী কৰ্মীআৰু সহায়িকা পদৰ প্ৰাৰ্থীসকল সমাজকৰ্মী মনৰ হব লাগিব

২ ৷ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা পদৰ প্ৰাৰ্থী গৰাকী অঙ্গনবাড়ী কেন্দ্ৰ স্থাপন হোৱা নগৰ /গাঁৱৰ জৰীপ এলেকাৰ স্থায়ী বাসিন্দা হব লাগিব ৷ আবেদন পত্ৰৰ লগত স্থানীয় গাঁওবূঢ়া/ৱার্ড মেম্বাৰৰ প্রমাণ পত্ৰ  গাঁঠি দিব লাগিব

৩| প্রার্থীৰ বয়স  o ১ / o ১ / ২০ ১ ৭ তাৰিখত নিম্নতম  ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰত হব লাগিব |

৪ ৷ অঙ্গনবাড়ী কৰ্মী   পদৰ  বাবে শিক্ষাগত  অৰ্হতা প্ৰবেশিকা পৰীক্ষাত  উত্তীর্ণ অথবা হাই  মাদ্ৰাছা  প্ৰবেশিকা পৰীক্ষাত উঁত্তীর্ণ হব লাগিব | সহাযিকা পদৰ  শিক্ষাগত  অৰ্হতা অষ্টম  শ্ৰেণী উত্তীর্ণ হব লাগিব আৰু অষ্টম  শ্ৰেণী উত্তীর্ণ প্রার্থীৰ স্কুল  কর্তৃপক্ষই প্ৰদান কৰা  পাছচাটিফিকেঁট, আৰু  মাৰ্কশ্বিটত খগু প্রাত্থমিক শিক্ষা বীষয়াৰ  (BOO) দ্বাৰা  কৰি স্বাক্ষৰ কৰি অবেদনৰ  লগত গাঁঠি দিয়াটো বাধ্য়তামুলক  ৷ কে কে এইচ এচ ও ইউ ( KKHSOU) ৰ  বি পি পি ( BPP ) প্রমাণপত্র HSLC/AHM পবীক্ষা উত্তীৰ্ণ বুলি  গ্রহণ গ্ৰহন কৰা নহব |

৫|  অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা পদৰ প্ৰাৰ্থীসকলে শিশুসকলৰ  বিভিন্ন খেলাধুলা  শাঁৰীৰিক ব্যায়্য়াম, নাচ-গান শিকাব পৰা হব লাগিব আৰু আঁচনিখনৰ সফল হব পৰাকৈ গৃহ প্ৰতিদিনে কেন্দ্ৰ এলেকাত গৃহ পৰিদৰ্শন কৰিব পৰা হব লাগিব |
৬ ৷ বিশেষভাবে সক্ষম মহিলা প্লার্থীৰ বারে শতকৰা  ৩ শতাংশ পদ সংৰক্ষিত থাকিব ৷ সেই সকল প্ৰাৰ্থীয়ে শাৰীৰিক অক্ষমতাৰ প্ৰমান পত্ৰ ৰ প্ৰত্য়ায়িত নকল আবেদনৰ লগত গাথি দিব লাগিব |

৭ ৷ প্রার্থীসকল আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও  শিশু আৰু মাতৃসকলৰ মনোযোগ আকর্ষণ কৰিব পৰা গীত-মাত নাচ-গান , আবৃত্তি , নাটক , সাধুকথা , পুতলা বনোৱা , চিলাইৰ প্ৰতি আগ্ৰহ থকা হব লাগিব |

৮|  বিদ্যালয় বা মহাবিদ্য়ালয়ৰ নীয়মীয়া ছাত্ৰীক উক্ত পদৰ বাবে  বিবেচনাকৰা নহব  ৷

৯ |  বিবাহিতা মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত তেওলোকৰ  স্বামীগৃহৰ ঠিকনাহে গ্ৰহর্ণাযাগ্য হব ৷ অৱশ্যে বিধবা আৰু  বিবাহ বিচ্ছেদ  প্রার্থীৰ ক্ষেত্ৰত  ৰেহাই হব |

১০| প্রার্থীসকলে  নিজৰ  শিক্ষাগত অৰ্হতা  (নম্বৰ তালিকাসহ)  অন্য়ান্য় অভিজ্ঞতা ,জাতিৰ প্ৰমান পত্ৰ ,সংশ্নিষ্ট এলেকাৰ বাসিন্দাৰ  প্রমাণ পত্র, শাঁৰাৰিকর্ভ অক্ষমতাৰ প্রমাণ পত্র  ইত্য়াদিৰ  প্রত্য়ায়িত নকল আবেদনৰ লগত দাখিল কৰিব লাগিব ৷ সাক্ষাতকাৰলৈ আহোতে উক্ত নথি পত্ৰ সমুহৰ মুল কপি বাচনি কমিটিক দেখুৱাব লাগিব ৷

১১ ৷ অাবেদন গ্রহণ কৰাৰ  শেষ তাঁৰিখ় ১ ২/ ০২/ ২০ ১ ৭ (কায়্য়ালয়  চলি থকা সময়ৰ ভিতৰত) ৷

১২|  চৰক়াৰী নীতি -নিের্দশনা অনুসৰি প্ৰাৰ্থীসকলক কেৱল মৌখিক সাক্ষাতকাৰৰ ভিত্তিত নিৰ্বাচিত কৰা হব  ৷

১৩ ৷ কোনো ভুল তথ্য় বা নথি দাখিল কবৰ যদি কেনো প্ৰার্থী নির্বাচিত  হয় ,সেইটো পিছত প্ৰমানিত হলে সেই প্রার্থীসকলক অঙ্গনবাড়ী কমী আৰু সহায়িকা পদৰ পৰা বৰ্খাস্ত কৰা হব |

১৪ ৷ বৈধ হোৱা আবেদন কাৰীৰ নাম তালীকা ইংরাজী ২২/ ০৬/ ২০১৭ তাৰীখে কায়্য়ালয়  জাননী ফলকত দিয়া হব |

পাৰিতোষিক
১| প্ৰবেশিকা পৰীক্ষাত উঁত্তীর্ণ  অঙ্গনবাড়ী কৰ্মীৰ মাহে ৩০০০ (তিনি হাজাৰ) টকাকৈ পাৰিতোষিক দিযা হব ৷
২ ৷ অঙ্গনবাড়ী  সহায়িকা সকলক মাহে ১৫০০.০০ (পোন্ধৰশ টকা) পাৰিতোষিক দিযা হব ৷
৩| প্ৰাৰ্থীসকলক সাক্ষাতকাৰলৈ  আহোতে কোনো ভ্ৰমন বানচ দিয়া নহ'ব ৷

posts-list

 

 
It's only fair to share.............